31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    টুকুৰা শ্মশানত পকী খটখটীৰ শুভ উদ্বোধন

    ■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থনাৰ অন্তৰ্গত টুকুৰা ৰাজহুৱা শ্মশানত শিৱৰাত্ৰিৰ দিনাখনেই নৱ নিৰ্মিত এটা পকী চিৰিৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰাা হয় ৷ উদ্বোধন কৰে শ্মশান পৰিচালনা সমিতিৰ সভাপতি অসীম চক্ৰৱৰ্তীয়ে৷

    উল্লেখ যোগ্য যে, টুকুৰা ৰাজহুৱা শ্মশানত শৱ দাহ কৰিবলৈ অহা লোক সকলে এটা চিৰি নথকাৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধা ভোগ কৰি আহিছিল ৷ শেহতীয়াকৈ পাইকানৰ শিক্ষক দম্পতী চন্দন চক্ৰৱৰ্তী আৰু ভাস্বতী শৰ্মাৰ প্ৰয়াত পিতৃ-মাতৃ মণিকান্ত দেৱ শৰ্মা আৰু ধনদা শৰ্মাৰ স্মৃতিত টুকুৰা শ্মশানত শব দাহ কৰিবলৈ আহা লোকসকলোৰ সুবিধাৰ বাবে পকী চিৰি নিৰ্মাণ কৰি দিয়ে৷

    সেই খটখটীটোয়ে শিৱৰাত্ৰিৰ পৱিত্ৰ ক্ষণত ৰাইজৰ ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰে৷ চক্ৰবৰ্তী দম্পতীৰ এই মহানুভৱতাত স্থানীয় ৰাইজৰ লগতে শ্মশান পৰিচালনা সমিতিয়ে সন্তোষ প্ৰকাশ কৰে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds