31.3 C
Guwahati
Monday, October 20, 2025
More

    শেহতীয়া আপডেটঃ

    টংলাৰ ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ত প্ৰভাত ফেৰী-কলহ যাত্ৰা

    • টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাস্থিত ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ত আজি প্ৰধানমন্ত্ৰীৰ আজাদি কা অমৃত মহোৎসৱ উপলক্ষে “মেৰী মাটি মেৰা দেশ” কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰভাত ফেৰী কাৰ্যসূচী পালন কৰে।

     

    পুুৱাভাগত অনুষ্ঠিত কৰা কাৰ্যসূচীত বিদ্যালয় খনৰ ছাত্র ছাত্ৰী, শিক্ষক, শিক্ষয়ত্ৰীয়ে মঙলদৈ ভুতিয়াচাং পথত শোভাযাত্ৰা কৰে।

    ওদালগুৰি জিলা বুনিয়াদী স্বাক্ষৰ মিছনৰ পৰামৰ্শ দাতা ডঃ সুভাষ ৰাভা, টংলা নগৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সবিতাৰাণী মহলীয়া অংশগ্ৰহণ কৰা অনুষ্ঠান খনতে শ্বহীদ দীপক ডেকাৰ পৰিয়ালৰ হৈ অংগণাৱাদী কৰ্মী দীপান্বিতা ডেকাই শ্ৰদ্ধাঞ্জলী আগবঢ়াই।

     

    অনুষ্ঠান উপস্থিত থাকে ক্ৰমে ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱ চহৰীয়া, বিদ্যালয় খনৰ সভাপতি প্ৰদীপ শৰ্মা, দীপালি বৰ্মণ, প্ৰণতি দেৱী, প্ৰণিতা ডেকা দাস, ৰবীন্দ্ৰ বড়ো, দিপক চৌধুৰী, জবা বড়া, ৰুণু দাস, লগতে সচেতন ৰাইজে প্ৰভাত ফেৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds