31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    জমুগুৰিহাটত ভোগালী জলপান বিপণী মুকলি

    ♦ মৃন্ময় শইকীয়া, তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি মুকলি হয় ভোগালী জলপানৰ বিপণী৷ চাকৰিৰ আশা নকৰি জামুগুৰিহাটৰে এজন যুবক নাম কৌশিক শইকীয়াই আজিৰ পৰা আৰম্ভ কৰিছে ভোগালী জলপানৰ এখন বিপণী৷ জামুগুৰি ডাকঘৰৰ ওচৰত আৰম্ভ হোৱা বিপনী খন বৰা চাউল কোমল চাউল পিঠ-পনা আদি অসমীয়া জাতীয় উৎসৱ বিহুৰ সকলো খাদ্য সমগ্ৰী বিপনী খনত উপলব্ধ হ’ব৷ আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থকাৰ লগতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ফিটা কাটি বিপনী খন উদ্ধোধন কৰা বিপৰিতে কৌশক শইকীয়াৰ পিতৃ-মাতৃ পৰিয়ালবৰ্গৰ লগতে স্থানীয় লোক সকল উপস্থিত থাকে৷ আনহাতে এটা কথা ক’ব লাগিব যে কৌশিকৰ এই বজাৰ দখলৰ কৰ্মই ভৱিষ্যত প্ৰজন্মৰ আশাৰ ৰেঙনি কঢ়িয়াই আনিব৷ আপোনালোকে ভোগালী জলপানৰ বাবে ৯১০১৯৭২১৯৮ নম্বৰত যোগাযোগ কৰিব পাৰে৷

     

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds