Tuesday, May 20, 2025
23.6 C
Guwahati

ছাত্র নেতা সঞ্জীৱ ডেকা প্ৰশংসনীয় পদক্ষেপ:

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

 

দৰংৰ জিলাৰ পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ডেকা প্ৰশংসনীয় পদক্ষেপ।
নিজ ঘৰৰ পৰা প্ৰায় ১৫ কি.মি. চাইকেল চলাই ছিপাঝাৰ পৰা যাত্ৰাবাহী বাছৰ জৰিয়তে গুৱাহাটীত শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহ পাল ।

গাঁৱৰ পৰা সতেজ শাক পাচলি বিক্ৰী কৰি ঘৰলৈ অহা লগতে ডেকাই ছিপাঝাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰে ।
। অতি পৰিশ্ৰম কৰা ছাত্র নেতা গৰাকীয়ে
দামী বাইক লৈ ঘুৰাৰ সপোন নাই,মাক দেউতাকক সুখত ৰাখিব বিচাৰে।‌ সেইজনে সঞ্জীৱ ডেকা এতিয়া সকলোৱে প্ৰশংসা পাত্ৰ হৈ পৰিছে।
পাথৰিঘাট আঞ্চলিক‌ ছাত্ৰ সন্থাৰ সভাপতি দৰে দায়িত্ব থাকি অধ্যয়ন ও সমানে সমানে অব্যাহত ৰাখিছে ছাত্র নেতা জনে।
সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে গৌৰৱ বোধ কৰিছে তেওঁ সঞ্জীৱ ডেকাই। সঞ্জীৱ ডেকা দৰে ছাত্র সমাজ হওক তাৰে কামনা কৰিলোঁ।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

আপোন ঘৰ আঁচনিখনৰ সময়সীমা ২০২৬ বৰ্ষৰ মাৰ্চ মাহলৈকে সম্প্ৰসাৰণ কৰা হৈছেঃ মুখ্যমন্ত্ৰী

🔗ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
few clouds
22.4 ° C
22.4 °
22.4 °
96 %
0.7kmh
23 %
Tue
22 °
Wed
34 °
Thu
31 °
Fri
35 °
Sat
33 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds