31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    ঘগ্ৰাপাৰৰ -বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত ১০২ টা বুথত মনকীবাত অনুষ্ঠান

    ঘগ্ৰাপাৰৰ -বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত ১০২ টা বুথত মনকীবাত অনুষ্ঠান

    সমগ্ৰ দেশৰ লগতে নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত ঘগ্ৰাপাৰৰ “বড়িগোগ বনভাগ মণ্ডল” সমিতিৰ উদ‍্যোগত আজি ১০২ বুথত একেদিনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ_মোডী “মন কী বাত” অনুষ্ঠান ব‍্যাপক ভাবে অনুষ্ঠিত কৰা হয়।ইফালে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই গৃহ বুথ পৈছৰাত অংশগ্ৰহণ সংবাদ মাধ্যমৰ আগত কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” ভাষণৰ সময়ত এশিঁঙীয়া গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমীয়া ৰাইজৰ লগতে অসম চৰকাৰৰ দৃঢ় প্ৰচেষ্টাৰ কথা উল্লেখ কৰাটো সমুহ অসমবাসীৰ লগতে চৰকাৰখনৰ বাবে এক বৃহৎ অনুপ্ৰেৰণা বুলি মন্তব্য কৰে।লগতে নেতা গৰাকীয়ে ২০২২ বৰ্ষ ৰ প্ৰথমটো মন কী বাত অনুষ্ঠানত আজি প্ৰতিটো বুথত কাৰ্যকৰ্তা তথা শুভকাংক্ষীৰ উৎসাহ উদ্দীপনাই আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত শুনাৰ হাবিয়াসে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাসৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা বুলি সদৰী কৰে।

    ইফালে আজিৰ উক্ত অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা বাবে মণ্ডলটোৰ সমূহ পঞ্চায়ত প্ৰভাৰী, শক্তিকেন্দ্ৰৰ আহ্বায়ক, বুথ সভাপতি সকলৰ লগতে “মন কী বাত”ৰ আহ্বায়ক মণ্ডলীয়ে বিশেষ তৎপৰতা বহন কৰা পৰিলক্ষিত হয়।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds