31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাইৰ খাৰিজা মাণিকপুৰত ক্ৰিকেট প্ৰতিযোগিতা

    ♦গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খাৰিজা মাণিকপুৰত স্থানীয় যুৱক সকলে অনুষ্ঠিত কৰিছে এক ক্ৰিকেট প্ৰতিযোগিতা৷ “হাব্ৰাঘাট প্ৰিমিয়াৰ লীগ” নামেৰে আয়োজন এই প্ৰতিযোগিতা খনিত প্ৰথম পুৰস্কাৰ ৮০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৫০০১ টকা৷ ২০ ডিচেম্বৰত শুভ উদ্বোধন কৰা প্ৰতিযোগিতা খনিৰ সামৰণি পৰিব ২৩ ডিচেম্বৰত৷ খাৰিজা মানিকপুৰ খেল পথাৰত অনুষ্ঠিত প্ৰতিযোগিতা খনিত আজি কিছু সময়ৰ বাবে উপস্থিত থাকে উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds