Thursday, May 29, 2025
26.5 C
Guwahati
TOP NEWS:

কৃষ্ণাইত অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদঃ দাহ কৰিলে মিজোৰামৰ মুখ্যমন্ত্ৰী জৰামথাংগাৰ প্ৰতিমূৰ্তি

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

♦অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষী আৰু সশস্ত্ৰ মিজো দুৰ্বৃত্তৰ দলে সংঘটিত কৰা অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা জিলা আমছুৱে৷  জিলাখনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পাইকাণৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথত মিজোৰামৰ মুখ্যমন্ত্রী জৰামথাংগাৰ প্রতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলা আমছুৱে।

প্ৰতিবাদস্থলীত আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে অসম মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মিজোৰাম পুলিচে অসমীয়াৰ ওপৰত বৰ্বৰ ভাৱে গুলি চালনা কৰা কার্যক ধিক্কাৰ জনায়। সভাপতি চৌধুৰীয়ে অসম মিজোৰাম সীমান্তত সীমা বিবাদক লৈ সংঘটিত হোৱা ঘটনাৰ তদন্ত কৰি অতি শীঘ্রে দোষীক কৰায়ত্ত কৰি শাস্তি প্রদান কৰাৰ দাবী জনায়৷

তেওঁ এই ঘটনাত নিহত আৰু আহত সকলোক উপযুক্ত ক্ষতিপূৰণ প্রদান কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। অসম মিজোৰাম তথা চুবুৰীয়া ৰাজ্যৰ আগ্রাসন ৰোধ কৰি সীমা বিবাদ স্থায়ী সমাধান কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে নেতা গৰাকীয়ে। জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে উক্ত ঘটনাত শ্বহীদ হোৱা জোৱান সকলোৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে আৰু আহত সকলোৰ আহু আৰোগ্য কামনা কৰে।

- Advertisement -

Hot this week

চৰাইদেউৰ বিষয়ে একলম

চৰাইদেউৰ বিষয়ে একলম লিখিলোঁ, ভাল পালে মতামত জনাব। কৃতজ্ঞ...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত অসমৰ জীয়ৰী বিনীতা চেত্ৰীৰ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ

Britain’s Got Talent শীৰ্ষক ৰিয়েলিটী শ্ব’ত নৃত্য প্ৰদৰ্শনেৰে আকৰ্ষণৰ...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
24.4 ° C
24.4 °
24.4 °
95 %
2.5kmh
100 %
Thu
25 °
Fri
24 °
Sat
30 °
Sun
27 °
Mon
32 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds