শেহতীয়া আপডেটঃ

কভিড-১৯ ৰোধ কৰিবলৈ সাজু নলবাৰী স্বাস্থ্য বিভাগ:

কভিড-১৯ ৰোধ কৰিবলৈ সাজু নলবাৰী স্বাস্থ্য বিভাগ:

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণাৰ প্ৰভাৱ এতিয়াও শেষ হোৱা নাই । সমগ্ৰ দেশ-ৰাজ্যৰ লগতে নলবাৰীতো ক’ৰ’ণা ৰোগীৰ সংখ্যা প্ৰতিদিনে পোহৰলৈ আহিছে ।

ইতিমধ্যে নলবাৰীত কেইখনমান বিদ্যালয়ত শিক্ষক-বিদ্যাৰ্থীৰ লগতে ক’ৰ’ণাৰ সংখ্যা বৃদ্ধি হোৱাত বিদ্যালয় কেইখনত শ্ৰেণীত পাঠদান কাৰ্যসূচী স্থগিত ৰাখিছে ।

এই ক্ষেত্ৰত নলবাৰী স্বাস্থ্য বিভাগ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু ।

লগতে ক’ৰ’ণাৰ প্ৰভাৱ যেন বৃদ্ধি নহয় তাৰ বাবেও নলবাৰী স্বাস্থ্য বিভাগে বিভিন্ন ধৰনে ব্যৱস্থা লৈ আছে ।

এই সন্ধৰ্ভত নলবাৰী স্বাস্থ্য বিভাগৰ ধপাত নিয়ন্ত্ৰণ কোষৰ জিলা আচঁনি বিষয়া তথা জিলা স্বাস্থ্য ও মহকুমা চিকিৎসা বিষয়া ডাঃ কৈলাস ডেকাৰ মন্তব্য ।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.