31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অসম সাহিত্য সভাৰ কেন্দ্রীয় অনুষ্ঠান “নাট্যসম্রাট প্রফুল্ল বৰাৰ ১৬ সংখ্যক স্মৃতিদিৱস উদযাপন

    বিশ্বনাথ ২০ নৱেম্বৰ :
    ইতিহাস প্রসিদ্ধ বিশ্বনাথ জিলাৰ বিশাল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু ঘিলাধাৰী নদীৰ দক্ষিণ পাৰত হিন্দু-মুছলমান সম্প্রদায়ৰ লােকৰ বসতিস্থান সিপৰীয়া অঞ্চল প্রকৃতাৰ্থত মহামিলনৰ এক ঐতিহ্যপূর্ণ নিদর্শন।


    এই সিপৰীয়া অঞ্চলতে অসম সাহিত্য সভাৰ কেন্দ্রীয় অনুষ্ঠান “নাট্য
    সম্রাট প্রফুল্ল বৰাৰ ১৬ সংখ্যক স্মৃতিদিৱসটি দিন জোৰা কাৰ্যসূচীৰে শনিবাৰে অনুষ্ঠিত হৈ যায়।

    বিশ্বনাথ জিলাখনৰ ২৫ টা শাখাৰ সভাপতি /সম্পাদকৰ লগতে বিষয়-ববীয়া সকল উপস্থিত থকা সভাত প্ৰায় ৫ লক্ষ্যাধিক সাহিত্য প্ৰেমীয়ে অংশ লয়।


    সিপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সাহিত্য সভাৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে সিপৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গনত অনুষ্ঠিত হোৱা অনুষ্ঠানত বহু কেইখন গ্ৰন্থ উন্মোচন কৰা হয়। পুৱা বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি গোলাপ বৰাই পতকা উত্তোলন কৰা অনুষ্ঠানত
    উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড°কুলধৰ শইকীয়া,
    উপ-সভানেত্রী মৃনালিনী দেৱী, প্রধান সম্পাদক যাদব শৰ্মা লগতে উপস্থিত থাকে অসমৰ কেইবাগৰাকী স্বনামধন্য সাহিত্যিক, সাংস্কৃতিক জগতৰ শিল্পীসকল, নাট্য সম্রাট প্রফুল্ল বৰাৰ পৰিয়ালবৰ্গৰ লগতে চতিয়া বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চিপাঝাত সমষ্টিৰ বিধ্যায়ক পৰমানন্দ ৰাজবংশীৰ লগতে
    বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds