অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন হাজৰিকা বিমান বন্দৰ, ডিব্ৰুগড় নামেৰে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াইছে।
পৰিবহণ মন্ত্রী যোগেন মহনৰ সংকল্প প্ৰস্তাৱ সদনে সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় ৰাজ্য মন্ত্রীসভাই এই সন্দৰ্ভত গ্রহণ কৰা সিদ্ধান্তমৰ্মে এই সংকল্প প্ৰস্তাৱটো উত্থাপন কৰা হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তিমন্ত্রী প্রশান্ত ফুকনকে ধৰি শাসক-বিৰোধী উভয় পক্ষৰ সকলো বিধায়কে প্ৰস্তাৱৰ প্ৰতি সমর্থন আগবঢ়ায়।
অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তিমন্ত্রী প্রশান্ত ফুকনকে ধৰি শাসক-বিৰোধী উভয় পক্ষৰ সকলো বিধায়কে প্ৰস্তাৱৰ প্ৰতি সমর্থন আগবঢ়ায়।
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations



