31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত:Video

     

    অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ নলবাৰীত:

    নলবাৰী অসম খবৰ ২১ অক্টোবৰ :
    প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কংগ্ৰেছে বৃস্হপতি বাৰে নলবাৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত মূল্য বৃদ্ধিৰ প্রতিবাদত ধৰ্মঘত কাৰ্যসূচী ৰুপায়ন কৰে।

    এই ধৰ্মঘট কাৰ্যসূচীত কংগ্ৰেছ দলৰ প্ৰতিবাদকাৰী সকলে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক ,অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰক , অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, নিবনুৱাক সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

    ফইজুল হক

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.