31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৫ সমষ্টিৰ উপ-নিৰ্বাচন : ৮ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩১ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা :

     

     

    ৫ সমষ্টিৰ উপ-নিৰ্বাচন :
    ৮ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, ৩১ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা :

    ডিজিটেল ডেস্কঃ ১৬ অক্টোবৰ;

    অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা কেইবাজনো প্ৰাৰ্থীয়ে প্ৰত্যাহৰ কৰিলে মনোনয়ন।

    ৫ টা সমষ্টিৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ৰূপে বিবেচিত হোৱাৰ পিছত শনিবাৰে ইয়াৰ ৮ জন প্ৰাৰ্থীয়ে প্ৰত্যাহৰ কৰিছে মনোনয়ন।
    মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা ৩ গৰাকী,
    গোসাইগাঁও সমষ্টিৰ পৰা ৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে।
    ইয়াৰ ফলত ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ৩১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds