Thursday, May 22, 2025
25 C
Guwahati

নলবাৰীৰ দীপ্তাত ২০০ লিটাৰ কেৰাচিন তেল জব্দ

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

নলবাৰী জিলাৰ দীপ্তাত নিশা প্ৰায় ২০০ লিটাৰ কেৰাচিন তেল জব্দ কৰে স্থানীয় ৰাইজে। সুলভ মূল্যৰ দোকানৰ এজেন্ট ৰূপধন আলীয়ে চোৰাংকৈ বিক্ৰী কৰিব লৈছিল তেলখিনি। ৰাইজে AS 01 DT 9704 নম্বৰৰ এখন মাৰুতি গাড়ী সহিতে জব্দ কৰে তেলখিনি। তেল জব্দ কৰাৰ সময়ত খৰ্গহস্থ এজেন্ট ৰূপধনৰ ভতিজাক ৰাকিব আলী নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আজাহাৰ আলীক। আক্ৰমণত আজাহাৰ আলী আঘাত প্ৰাপ্ত হয়। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত চলাই গাড়ীৰ হেন্দিমেন মুজাহিদ আলীক আটক কৰে। আনফালে গাড়ী চালক তথা চোৰাং তেল ক্ৰতা আলীমুদ্দিনে পলাই পত্ৰং দিয়ে। উল্লেখ্য যে ৰূপধন আলীয়ে পূৰ্বৰে পৰাই সুলভ মূল্যৰ চাউল, কেৰাচিন তেল বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। দুখীয়া লোকৰ বাবে অহা সুলভ মূল্যৰ সামগ্ৰী হিতাধিকাৰীক নিদি গোপনে বিক্ৰী কৰা ৰূপধন আলীৰ ওপৰত ব্যৱস্থা লবলৈ স্থানীয় ৰাইজে দাবী জনায়।

- Advertisement -

Hot this week

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...
00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

Topics

00:05:02

‘জীৱনৰ ৰামধেনু’ আপোনাৰ বাবে এক নিৰ্ভৰযোগ্য মঞ্চ

▶️আপুনি সাহিত্য চৰ্চা কৰি ভাল পায় নেকি? ▶️আপুনি মনৰ অনুভৱ...

ASSAM RIFLES CONDUCTS CAREER COUNSELING SESSION AT JIRIBAM

● Assam Rifles conducted a career counseling session aimed...

গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ

▶️গুৱাহাটীৰ মাজমজিয়াত ইউনিপল হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ লোক নিৰ্মাণ বিভাগৰ ▶️১০...

Related Articles

Popular Categories

Assam
broken clouds
23 ° C
23 °
23 °
95 %
0.8kmh
51 %
Thu
35 °
Fri
32 °
Sat
34 °
Sun
34 °
Mon
25 °

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 45 seconds