বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা :

বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা :
ডিজিটেল ডেস্ক অসম খবৰ
২৭ আগষ্ট :শুক্ৰবাৰে বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধায়ক সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই সমষ্টিটো দুজন লোকক একো খনকৈ চেক প্ৰদান কৰে উন্নত চিকিৎসাৰ বাবে।
উল্লেখযোগ্য যে
অসম চৰকাৰৰ “মুখ্যমন্ত্ৰী সাহায্য পুঁজি”ৰ জৰিয়তে বিধায়ক ৰঞ্জিত দত্তই  বিহালী সমষ্টিৰ বাঘমৰাৰ নিজ-বাঘমাৰী চেন্টাৰৰ নিবাসী শান্তি দেৱী আৰু বৰগাং শুকানসূঁতিৰ প্ৰফুল্ল বৰাক কৰ্কটৰোগৰ উন্নত চিকিৎসাৰ বাবে ১০,০০০/- টকাৰ একোখনকৈ চেক অৰ্পণ কৰা লগতে দুয়ো জন ব্যক্তি  আৰোগ্য কামনা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.