বান বিধস্ত নাৰায়ণপুৰ তুলসীচুকত পকী দলংৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

■ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তগত দ্ৰোৰপাং নদীৰ বান বিধস্ত তুলসীচুকত স্থানীয় ৰাইজৰ এক মাত্ৰ যাতায়ত আৰু যোগাযোগৰ ব্যৱস্থাৰ ম্যাধম নদী খনৰ ওপৰত ৰাইজৰ বহুদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এখন পকি দলঙৰ কাম আৰম্ভ কৰিছিল। কিন্তু নদীখনতকৈ বহুত চুটি হোৱাত পকী দলং খন নদীৰ মাজত থকা এখন নাওৰ দৰে দেখা গৈছে। স্থানীয় ৰাইজে অনতিপলমে এখন দীঘল দলংৰ দাবী জনাই বৰ্তমান নিৰ্মাণৰত দলং খনৰ এটি তদন্ত ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.