নলবাৰী জিলা বাদ্য যন্ত্ৰ সন্থা সংকল্পৰ সংবাদ মেল

 

নলবাৰী জিলা বাদ্য যন্ত্ৰ
সন্থা সংকল্পৰ সংবাদ মেল

 

অসম খবৰ নলবাৰী ২৪ ছেপ্টেম্বৰ :

শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এক সংবাদমেল আয়োজন কৰে নলবাৰী জিলা বাদ্য যন্ত্ৰী সন্থা সংকল্পই।
কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত কেইবা মাহ ধৰি কোনো সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱা কথা প্ৰকাশ কৰে সন্থাই ।

চৰকাৰলৈ বাদ্য যন্ত্ৰী সন্থাই আহ্বান জনায় যে আমাৰ মুখৰ পিনেও অলপ সহায় কৰক ।
নহলে আমি মৃত্যু হৈ যাম আমাক চৰকাৰে সহায় কৰক বুলি সংবাদ মেলৰ জৰিয়তে চৰকাৰকলৈ আহ্বান জনাই

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.