নলবাৰী আৰক্ষীৰ বৃহৎ সাফলতা, পিষ্টলসহ যুৱকক আটক

■ নলবাৰী জিলাৰ সুৰাদীৰ পৰা পিষ্টল সহ এগৰাকী যুৱকক আটক কৰিলে নলবাৰী আৰক্ষীয়ে

■ যুৱক জনৰ নাম ৰিতু দাস, পিতৃ ৰমেশ দাস।

■ ধৃত ৰিতু দাসৰ ঘৰ নলবাৰী জিলাৰ বিজয়নগৰত

■ পিষ্টলটো বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত গোপন সূত্ৰৰ পম খেদি নলবাৰী আৰক্ষীৰ টি এছ আই বিশ্ব জ্যোতি দুৱৰী নেতৃত্বত এটা দলে সুৰাদীৰ পেট্ৰ’ল ডিপোৰ ওচৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৰিতু দাসক।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.