নলবাৰীত কেৰাচিনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান || জব্দ কেৰাচিন, সোধ পোছৰ বাবে আটক এজনক

■ কেৰাচিনৰ বিৰুদ্ধে নলবাৰীত আৰক্ষীৰ ধাৰাবাহিক অভিযান। জিলাখনত ঘগ্ৰাপাৰ আৰক্ষীয়ে আজিৰ দিনটোত কেইবাটাও প্ৰান্তত চলালে অভিযান।

উল্লেখযোগ্য যে জিলাখনৰ গুৱাকুছি গাওঁৰ এগৰাকী সুলভ মূল্যৰ দোকানীৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ১৫০ লিটাৰ নীলা কেৰাচিন। নিশা ঘগ্ৰাপাৰ আৰক্ষীয়ে উপস্থিত হৈ চলাই অভিযান। আনহাতে সোধপোছৰ বাবে এগৰাকী লোকক আটক কৰি লৈ যায় আৰক্ষীয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.