Wednesday, July 9, 2025
30 C
Guwahati
TOP NEWS:

ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ (Development Digitally Group)ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

- Advertisement -

ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ (Development Digitally Group)ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

 
গুৱাহাটী,২১ ফেব্ৰুৱাৰী:
 ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপ (Development Digitally Group) নামৰ ৱাটচআপ গোটৰ উদ্যোগত  ২০ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া ৭ বজাত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠত হয় । 

WhatsApp গোটটোৰ প্রশাসক বিমল বৰাই শুভাৰম্ভণি কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা  তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ 
যান্ত্ৰিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী   ড° বুলজিৎ বুঢ়াগোহাঁই । কৰ্মশালাখনত ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে কেৰিয়াৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ আগবঢ়ায় । তেওঁ কৰ্মশালাখনত অংশগ্রহকাৰী সকলৰ  বিভিন্ন প্ৰশ্নৰ উত্তৰ  দিয়াৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে ।

ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ বিষয়ে জানিবৰ বাবে আগ্রহীসকলে ই-মেইল developmentdigitally@gmail.comত যোগাযোগ কৰিব পাৰে। কৰ্মশালাখনত 
ডেভেলপমেণ্ট ডিজিটেলি  গ্রুপৰ সদস্য সমীৰণ ৰাজ বড়োয়ে শলাগৰ শৰাই আগবঢ়ায়।

Hot this week

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

Related Articles

Popular Categories

Assam
overcast clouds
26.3 ° C
26.3 °
26.3 °
89 %
1.8kmh
100 %
Wed
27 °
Thu
33 °
Fri
34 °
Sat
31 °
Sun
31 °