Sunday, June 15, 2025
33.5 C
Guwahati
TOP NEWS:

জালুকবাৰীৰ পৰা খানামুখলৈ পথৰ দাঁতিত অবৈধ দোকানৰ বিৰূদ্ধে পৌৰ নিগমৰ অভিযান

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

যান-বাহন আৰু সাধাৰণ পথাচাৰীৰ স্বাভাৱিক যাতায়াতত ব্যাঘাটৰ সৃষ্টি কৰি পথৰ দাঁতিত আৰু পদপথৰ ওপৰত অবৈধভাবে দোকান-পোহাৰ দি বিশৃংখল পৰিবেশৰ সৃষ্টি কৰি অহা লোকসকলৰ বিৰূদ্ধে গুৱাহাটী পৌৰ নিগমৰ এনফর্চমেণ্ট শাখাই মহানগৰীত উচ্ছেদ অভিযান চলাই আহিছে।

ইয়াৰ অংশহিচাপে আজি জালুকবাৰীৰ পৰা খানামুখলৈ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সকলো অবৈধ দোকান-পোহাৰৰ বিৰূদ্ধে নিগমৰ এনফর্চমেণ্ট শাখাই এক অভিযান চলায়। অভিযান কালত চৰকাৰ, পৌৰ নিগমক কৰ ফাকি দি পথৰ দাঁতিত বহু দিনৰ পৰা বহিঃ ৰাজ্যৰ পৰা আহি শিশুৰ খেলনাকে ধৰি বিভিন্ন সামগ্ৰী বিক্ৰী কৰি অহা কেবাখনো দোকান উচ্ছেদ কৰা হয়। অভিযানৰ দায়িত্বত থকা বিষয়াই সদৰি কৰা অনুসৰি একাংশ তেনে দোকানত তেঁওলোকে পৰিয়ালসহ বাস কৰি পৰিবেশটো দূষিত কৰিছিল। আনকি গাড়ী চালকৰ সামান্য অসাবধানতাৰ বাবে দুৰ্ঘটনা সংঘটিত হলে এক ভয়াবহ পৰিস্থিতি সৃষ্টি হোৱাৰ আশঙ্কা আছিল।

- Advertisement -

Hot this week

দৃশ্য-শ্ৰাব্য নতুন গীত ‘মৰমৰ কওৱা’ শুভমুক্তিৰ বাবে সাজু

লিডুৰ পৰা দেৱজিত বৰাঃ ডি বি প্ৰডাকচনৰ নিবেদনত অসমৰ...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম বিধানসভাই ডিব্ৰুগড় বিমান বন্দৰৰ নাম ভাৰতৰত্ন ড° ভূপেন...

Shilpa Shetty Revives 2000s Fashion with a Bold Modern Twist

Y2K style is formally lower back, and Bollywood diva...

Topics

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Ahmedabad Air India plane crash: আহমেদাবাদৰ মেঘানিত এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাগ্ৰস্ত

♦ দেশৰ ইতিহাসত ভয়াৱহ বিমান দুৰ্ঘটনা। ফটোসমূহ দেখিলে যিকোনো...

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

Related Articles

Popular Categories

Assam
overcast clouds
31 ° C
31 °
31 °
79 %
1.3kmh
100 %
Sun
31 °
Mon
30 °
Tue
27 °
Wed
31 °
Thu
29 °