Thursday, June 19, 2025
25.1 C
Guwahati
TOP NEWS:

কামৰূপ জিলাৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত মাছ ধৰাৰ ক্ষেত্ৰত মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

মাছৰ প্ৰাকৃতিক প্ৰজনন আৰু বংশবৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত তৎকালে প্রযোজ্য হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি অহা ১৫ জুলাই পর্যন্ত মাছৰ প্ৰজনন ঋতুৰ সময়ছোৱাত বেজাল, মহাজাল, ফাঁচিজাল বা অন্যান্য প্ৰকাৰৰ জাল ব্যৱহাৰ কৰি মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এক বা দুই ছেণ্টিমিটাৰতকৈ কম পাহৰ জালেৰে সমগ্ৰ বছৰজুৰি মাছমৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে এপ্ৰিলৰ পৰা ৩১ জুলাইৰ সময়ছোৱাত কেতবোৰ বিশেষ প্ৰজাতিৰ পোনা দিব পৰা মাছ আৰু আগষ্টৰ পৰা অক্টোবৰৰ সময়ছোৱাত মাছৰ পোনা বিক্রী তথা অন্যান্য প্রজাতিৰ মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

- Advertisement -

Hot this week

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual life) বাবে হোৱা সমস্যা

নাৰীৰ যৌনতাৰ (Sex) প্ৰয়োজনীয়তা আৰু অসম্পূৰ্ণ যৌনতা (Un-Satisfactions sexual...

Topics

চুলি নাবান্ধিবা যাজ্ঞসেনী

কবিঃ ড° কৰবী ডেকা হাজৰিকা অনুবাদকঃ ৰাজশ্ৰী সেনাপতি গগৈ চুলি নাবান্ধিবা...

ইৰাণৰ চীফ অব ষ্টাফ আলী ছাদমানীৰ বিমান আক্ৰমণত মৃত্যু

ইজৰাইলৰ সেনাই ইৰাণৰ যুদ্ধকালীন চীফ অব ষ্টাফ তথা ছুপ্রিম...

৬ দিন অতিক্ৰমঃ ইজৰাইল আৰু ইৰানৰ মাজৰ সংঘৰ্ষ

মিছাইল আৰু আকাশমাৰ্গেৰ আক্ৰমণত তচনচ হৈ পৰিছে ইৰাণ৷ আজি...

নতুন পদ্ধতিৰে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

নতুন ব্যৱস্থাসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে এতিয়ালৈ বিভিন্ন...

গৰ্ভাৱস্থাত যৌন সংক্ৰমণজনিত ৰোগ

গৰ্ভৱতী মহিলা এগৰাকী যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত হ’ব পাৰেনে? আন...

অচিনাকী যৌন ৰোগ

তলত বৰ্ননা দিয়া যৌন ৰোগসমূহ জনসাধাৰনৰ ইমান পৰিচিত নহয়...

বজ্ৰাসন আৰু আমাৰ স্বাস্থ্য

বজ্ৰাসন কি? বজ্ৰাসনে আমাৰ শৰীৰটোক বজ্ৰৰ দৰে দৃঢ় (কঠিন বা...

Related Articles

Popular Categories

Assam
overcast clouds
25.2 ° C
25.2 °
25.2 °
97 %
1.6kmh
100 %
Thu
29 °
Fri
32 °
Sat
31 °
Sun
33 °
Mon
28 °