31.3 C
Guwahati
Thursday, February 19, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    আৰ্থিক সংকটত লোকশিল্পী কমলা গগৈ, ৰাজ্য চৰকাৰলৈ বিশেষ অনুৰোধ

    ♥ দিহা নামৰ সম্ৰাট অসমৰ জনপ্রিয় শিল্পী তথা বকুলবন বঁটা, নৃত্যাঞ্জলি বঁটা, সাংস্কৃতি সাধনা বঁটাৰ লগতে দিহাসম্ৰাট আৰু দিহাৰত্ন উপাধি লাভ কৰা এগৰাকী গৱেষক লোকশিল্পী।

    কেৱল সেয়াই তেওঁৰ পৰিচয় নহয়৷ তাৰ উপৰিও গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক হিচাপে পৰিচিত কমলা গগৈ এতিয়া আৰ্থিক সংকটত৷
    প্ৰশিক্ষক গ্ৰন্থ প্ৰণেতা শিল্পী জনাই সাংস্কৃতি চৰ্চা কৰিবলৈ বঞ্চিত হোৱাৰ বাবেই চৰকাৰী চাকৰিটো বাদ দিব লগীয়া হৈছিল। এতিয়া কমলা গগৈ চৰকাৰক এটাই অনুৰোধ যে, তেওঁৰ দৰে বহুতো শিল্পী আছে৷ সেয়েহে সাংস্কৃতিক কৰ্মী সকলক কিবা এটা আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে যেন।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.