31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    অসমৰ মুখ্যমন্ত্ৰীলৈ গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ স্মাৰকপত্ৰ প্ৰদান

    অসমৰ মুখ্যমন্ত্ৰীলৈ গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ স্মাৰকপত্ৰ প্ৰদান

    অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ’ৰ ৰিপৰ্ট , ১৮ জানুৱাৰী

    ৰাজ্যত স্বাস্থ্যখণ্ডৰ উন্নয়ণৰ বিপৰীতে গ্ৰাম্য ঔষধ ব্যৱসায়ী সকলে সন্মুখিন হোৱা সমস্যা সমুহ সমাধানৰ দাবীৰে বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আজি এক স্মাৰকপত্ৰ প্ৰদান কৰে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়া সকলে ৷

    স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি বিশেষকৈ RPLৰ আওপুৰণি বিধিবদ্ধ ব্যৱস্থাৰ সংশোধনীৰ প্ৰয়োজন অনুভৱ কৰা সংস্থাই সংশোধনীৰ বাবে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই ৷

    একেদৰে অনুজ্ঞাপত্ৰধাৰী ঔষধ ব্যৱসায়ী সকলৰ বাবে স্বাস্থ্য বিভাগৰ জৰিয়তে বিশেষ প্ৰশিক্ষণৰ বাবে ব্যৱস্থা গ্ৰহন কৰা আৰু অনুজ্ঞাপত্ৰত উত্তৰাধিকাৰীৰ নাম সন্নিবিষ্টকৰণৰ লগতে Skill Development আচনিত অন্তভুক্তিৰে আৰ্থিক স্বচ্ছল কৰাৰ বাবেও অনুৰোধ জনাই বিশ্বনাথ জিলা গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ সভাপতি সম্পাদক ক্ৰমে জিতু হাজৰিকা আৰু ছাহজাহান আলিয়ে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds