শেহতীয়া আপডেটঃ

শিৱসাগৰ ভটীয়াপাৰস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত পুৱা ৮ বজাৰ পৰা ” ৰৈ ৰৈ বিনালে” ৰ প্ৰদৰ্শনী

চলচ্চিত্ৰ খনৰ প্ৰদৰ্শনী আৰম্ভ কৰাৰ প্ৰাকক্ষণত চিনেমা হলৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।" ব্ৰক্ষ্মা আদি কৰি " প্ৰাথৰ্না গাই শ্ৰদ্ধাঞ্জলি

  • শিৱসাগৰ ভটীয়াপাৰস্থিত ভাস্কৰজ্যোতি চিত্ৰগৃহত পুৱা ৮ বজাৰ পৰা ” ৰৈ ৰৈ বিনালে” ৰ প্ৰদৰ্শনী
  • প্ৰতিদিনে ৫ টাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা
  • চলচ্চিত্ৰ গৃহটোত আছে ৫০০ আসন। অহা ৩ নৱেম্বৰ লৈকে সকলো টিকট বুকিং
  • আজি প্ৰথমটো দৰ্শনী চাবলৈ আহি আৱেগিক দৰ্শক। কোলাত কেচুঁৱালৈয়ো আহিল বহু দৰ্শক
  • চলচ্চিত্ৰ খনৰ প্ৰদৰ্শনী আৰম্ভ কৰাৰ প্ৰাকক্ষণত চিনেমা হলৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।” ব্ৰক্ষ্মা আদি কৰি ” প্ৰাথৰ্না গাই শ্ৰদ্ধাঞ্জলি
album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.