31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    মাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

     

    মাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
    কেতিয়াও মাজুলীৰ ৰাইজৰ লগত ৰাজনীতি নকৰো।
    যি পদবীতে নাথাকো মাজুলীবাসী মোৰ বাবে সদায় নমস্য।
    নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰতিশ্ৰুতি।

     

    মাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই দিলে সৰ্বানন্দ সোণোৱালে।

    ৮ তাৰিখৰ ঘটনা অতি বেদনাদায়ক বুলি মন্তব্য কৰি সোণোৱালে কয়,”মই মাজুলীৰ ৰাইজক শ্ৰদ্ধা কৰো।কেতিয়াও মাজুলীৰ ৰাইজৰ লগত ৰাজনীতি নকৰো।

    দলঙৰ বাবে কৰণীয়খিনি কৰি থকা হৈছে।দলঙকলৈ ৰাজনীতি কৰা বুলি অনা অভিযোগত মই ব্যথিত৷

    মই মাজুলীৰ ৰাইজৰ বাবে কাম কৰি গৈছো আৰু যি পদবীতে নাথাকো মাজুলীবাসী মোৰ বাবে সদায় নমস্য।

    লগতে তেওঁ কয় যে ফেৰীসমূহ ঘাটত ৰখাত থকা অসুবিধাসমূহ দূৰ কৰিব লাগিব।

    নাও দুৰ্ঘটনাত নিহত পৰিমিতা দাসৰ স্মৃতি যুগমীয়া কৰাৰ বাবে প্ৰচেষ্টা লোৱাৰ প্ৰতিশ্ৰুতি দি ভৱিষ্যতৰ দিনত পুনৰ যাতে এনে ঘটনা নহয় তাৰ বাবে ফেৰীসমূহ ঘাটত ৰখাত থকা অসুবিধাসমূহ দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds