বিহালীত ছাত্ৰ মুক্তি সবল ৰূপত : পুনৰ ছাত্র মুক্তি সংগ্ৰাম সমিতি গঠন August 13, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 বিহালীত ছাত্ৰ মুক্তি সবল ৰূপত : পুনৰ ছাত্র মুক্তি সংগ্ৰাম সমিতি গঠন ডিজিটেল ডেস্ক অসম ১৩ আগষ্ট :: শুক্ৰবাৰে বিহালী আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পূৰ্বৰ সমিতি খন পূৰ্ণাংগ ৰূপত গঠন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিহালী আঞ্চলিক ছাত্র মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক অনিল বনীয়াই আগ ধৰা কাৰ্যনিৰ্বাহ সভাখনত নতুনকৈ কমিটি খনৰ উপদেষ্টাা হিচাপে অন্তৰ্ভুক্ত কৰে ভৱানন্দ হাজৰিকা,দুল দাস ,দিপক দাস ,বিকি হাজৰিকা। আনহাতে পূৰ্বৰ আঞ্চলিক সভাপতি স্বপন দৈমাৰীক পুনৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতি হিচাপে মুকুন্দ দাস সাধাৰণ সম্পাদক হিচাপে অনিল বনিয়া আৰু দিপু বৰুৱা যুটীয়া সম্পাদক হিচাপে এখন সবল সমিতি গঠন কৰে। আনহাতে সমিতি খনত উপ:সভাপতি হিচাপে ধূৰ্ব দাস আৰু মানসজ্যোতি হাজৰিকা অন্তৰ্ভুক্ত কৰে। আনহাতে সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰে দীপলাল তেলেঙ্গা, চন্দন দাসক । সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়ে সমিতিয়ে জিটু বনিয়া ,হ্ৰিদয়া দাস, সংস্কৃতিক সম্পাদকৰ দায়িত্ব দিয়ে মনজ্যোতি চাহো আৰু জিংকু বৰুৱাক। সমিতি খনৰ প্ৰচাৰ সম্পাদক হিচাপে প্ৰণব জ্যোতি শৰ্মা ,আশ্বিস তাতি ,সত্যজিৎ দাস ক্ৰিয়া সম্পাদক ,পলাশ দাস ,প্ৰাণজল মণ্ডল, বৃত্ব সম্পাদক ,শ্বজিৎ দেৱ ,শিক্ষা সম্পাদক ,ভৈৰব দাস ,অমন কেচেৰি,কাৰ্য্যকৰী সম্পাদক ,যদুমনি গোৱালা,কাৰ্যকৰী সদস্য শ্বজিৎ গঞ্জু,অৰুপ দাস, ৰুপজ্যোতি দাস ,হিমাঞ্চু দাস, চন্দন বসুমতাৰি, চম্পক মণ্ডল , এণ্টনি দাস, মুকুন্দ দাস ,ৰাতুল দাস ,বিকি দাস, লিণ্টু হাজৰিকা,কোশল বনিয়া, বিধান বনিয়া, পুষ্পকান্ত দাস,কালজয় গোহাঁইক লৈ ৩১ জনীয়া এখন পূৰ্ণাংগ সবল সমিতি গঠন কৰে কাৰ্যনিৰ্বাহ সভাই ।
Leave a Reply