১৫ ছেপ্টেম্বৰ তাৰিখে তুমি লিখা আখৰকেইটা… মৰমভৰা এক আহ্বান তোমাৰ মৰমৰ ৰাইজলৈ !
প্ৰতিটো কথাই বুকুখন খুন্দিয়াই যায় গ’ল্ডী!
কিন্তু এই সকলোবোৰৰ মাজত শূণ্য বুকুখনত দপদপাই জ্বলি আছে আন এসোপা প্ৰশ্ন– কি হৈছিল ১৯ ছেপ্টেম্বৰত ?.. কেনেকৈ,কিয় ?
শান্তি কʼতো নাই জানো,, কিন্তু এই উত্তৰ নোপোৱালৈকে উশাহো যেন নাই।






