31.3 C
Guwahati
Sunday, October 19, 2025
More

    শেহতীয়া আপডেটঃ

    জম্মু-কাশ্মীৰত এনআইএ (NIA) অভিযানত ৯ জন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ

    The move comes after NIA registered a case on October 10 and initiated probe into conspiracy to launch terror attacks in J&K and other major cities including New Delhi.

    ■ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই(NIA) জম্মু আৰু কাশ্মীৰৰ একাধিক স্থানত তালাচীৰ পিছত ৯ জন সন্ত্ৰাসবাদী সহযোগীক গ্ৰেপ্তাৰ কৰিছে। এনআইএয়ে ১০ অক্টোবৰত এটা গোচৰ ৰুজু কৰাৰ পিছত আৰু নতুন দিল্লীকে ধৰি জম্মু-কাশ্মীৰ আৰু অন্যান্য মুখ্য চহৰসমূহত সন্ত্ৰাসবাদী আক্ৰমণ বা কুটাঘাতমূলক ষড়যন্ত্ৰৰ তদন্ত আৰম্ভ কৰাৰ পিছত লিংকমেনকেইজনক গ্ৰেপ্তাৰ কৰিছে।

    এন আই এৰ (NIA) এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে গ্ৰেপ্তাৰ কৰা ৯জন অভিযুক্ত বিভিন্ন নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সন্ত্ৰাসবাদী সহযোগী বা অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ (OGW) আৰু সন্ত্ৰাসবাদীসকলক লজিষ্টিক আৰু সামগ্ৰিক সমৰ্থন প্ৰদান কৰি আহিছে আৰু তেওঁলোকে সন্ত্ৰাসবাদৰ দৰে জঘন্য কুটাঘাতমূলক কাৰ্য্যকলপাত সহায় কৰি আহিছে। অভিযানৰ সময়ত কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি, আপত্তিজনক নথিপত্ৰ আৰু সন্দেহজনক বিত্তীয় লেনদেনৰ ৰেকৰ্ড জব্দ কৰা হৈছে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds