31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    প্ৰধানমন্ত্ৰী মোডীয়ে জয়পুৰত ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ টেকন’লজী উদ্বোধন কৰিব; ৰাজস্থানত চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

    ৰাজস্থান চৰকাৰৰ সৈতে একেলগে, ভাৰত চৰকাৰে চিপিইটি: ইনষ্টিটিউট অফ পেট্ৰ'কেমিকেলছ টেকন'লজী, জয়পুৰ স্থাপন কৰিছে। নিজ বহনক্ষম আৰু পেট্ৰ'কেমিকেল আৰু সহযোগী উদ্যোগবোৰৰ প্ৰয়োজনীয়তা একেলগে পূৰণ কৰিব

    ● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আজি পুৱা ১১ বজাত জয়পুৰৰ চিপিইটিঃ ইনষ্টিটিউট অৱ পেট্ৰ’কেমিকেলছ টেকন’লজী উদ্বোধন কৰিব। মোদীয়ে ৰাজস্থানৰ বনশ্বৰা, চিৰোহী, হনুমানগড় আৰু দৌচা জিলাত চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাস্থাপন কৰিব।

    এই চিকিৎসা মহাবিদ্যালয়সমূহক “জিলা/ৰেফাৰেল চিকিৎসালয়ৰ সৈতে সংলগ্ন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন”ৰ বাবে কেন্দ্ৰীয় আঁচনিৰ অধীনত অনুমোদন জনোৱা হৈছে।

    চিকিৎসা মহাবিদ্যালয়কেইখননে বিশেষ অগ্ৰাধিকাৰ দিব, নিম্ন আৰ্থিক উপাৰ্জন, পিছপৰা লোকক। আঁচনিখনৰ তিনিটা পৰ্যায়ৰ অধীনত, সমগ্ৰ দেশতে ১৫৭ খন নতুন চিকিৎসা মহাবিদ্যালয় অনুমোদিত হৈছে।

    ৰাজস্থান চৰকাৰৰ সৈতে একেলগে, ভাৰত চৰকাৰে চিপিইটি: ইনষ্টিটিউট অফ পেট্ৰ’কেমিকেলছ টেকন’লজী, জয়পুৰ স্থাপন কৰিছে। নিজ বহনক্ষম আৰু পেট্ৰ’কেমিকেল আৰু সহযোগী উদ্যোগবোৰৰ প্ৰয়োজনীয়তা একেলগে পূৰণ কৰিব। লগতে যুৱসকলক দক্ষ কাৰিকৰী আৰু পেছাদাৰী হ’বলৈ শিক্ষা প্ৰদান কৰিব।

    কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটও অনুষ্ঠানটোত উপস্থিত থাকিব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds