KUSUM KAILAN WORLD PRESENTS
খেতি কৰবা নিশিকলো
VOCAL
KUSUM KAILASH MOHAN
REKIBUL HASSAN
LYRICS & COMPOSITION
REKIBUL HASSAN
KUSUM KAILASH
SARAT SRAVAN
MUSIC
UJJWAL AARONG
MIX & MASTER
JATIN SHARMA (MAINA DA), MUMBAI
GUITAR: KOUSTAV MONI PHUKON
NEGERA : NABART RANJAN NEOG
DOTARA: BARUN DAS
Background Voice – Nabart
RECORDED AT STUDIO SRISHTI, MORAN
UJJWAL AARONG
RED AV STUDIO, GUWAHATI
PINKU DAS
VISUAL CONTENT CREATION & EDITING
STUDIO MAA MOVIE
BY BIMAN BORUAH AXOMIYA
POSTER DESIGN : ZONAK YUGANTAR BORA
খেতি কৰবা নিশিকলো
বেহা কৰবা নিশিকলো
চাকৰি এটা পাম বুলি
সপোন দেখ চিলুং
যিদিনা কল্লো B A পাছ
মাৰি দিলো বিহু নাচ
আমি খাবা পাম বুলি
শিঙি মাগুৰ মাছ
এতিয়া ঘৰৰ মাটি বন্ধকত
আশা নো গৈ ধুণ্ডকত
কিনো কম তোকেনো দেহা ঐ
তই ৰলে কাষৰত
মৰম দিলে আদৰত
যুজিম আকৌ একেলগে ঐ অ
খুজি খাবা নিশিকলো
কাঢ়ি অনবা নিশিকলো
কৰ্ম কৰি খায় যাম বুলি
ভাবছিলো
হব পাৰো দৰিদ্ৰ
বেয়া নহয় চৰিত্ৰ
তোৰো লগত পাতিম মই
পিৰিতিৰ সূত্ৰ
এতিয়া তই কলে কৰি যাম
হেজাৰ বাধা ফালি যাম
সাত সাগৰ তেৰ নদী ঐ
তই ৰলে কাষৰত
মৰম দিলে আদৰত
যুজিম আকৌ একেলগে ঐ
মইনা বাখৰ
পা পইচা অলপ তাকৰ
ধুণ পেচ পাহৰি যাবি
সকলো বোৰ আগৰ
মইনা বাখৰ
মৰম নহয় তাকৰ
নিক নিক নাক নাক নকৰিবি
দূখীয়া বুলি গাঁওৰ
কাৰ ভাগ্য কোনে জানে
কাৰ কত কি কপাল
ৰাতিটোতে হাতীতো হৈ যাম
মালমাল
উঠা নমা হব জানা
High profile high rank
আগে পাছে security
গাড়ী ৰ বাজি উঠিব siren
তোৰ বাপেৰে হাৰ মানিব
ককাইৰে তোক কুটৰিব
অ নহয় দেখোঁন লৰাতো
ধুৰণ্ড ঐ ধদুৱা
পাৰ যদি পতালে পতাইল
ভণ্টি নো তই এতিয়া
বৰী নো ঘৰৰ জপনা
পদূলিৰে নঙলা
দুৱাৰ দাং মৰিবি তিনিগধুলিতে বাঁহনা
ভূতলে ভয় লাগিলে
বেয়া চিন্তা আহিলে
খোঁচনিত হৰিয়হ লবি
লগত মেচিদা
যেতিয়া bussiness চীজনেছ বাঢ়িব
Friend circleবাঢ়িব
Party sarty ত দেৰি হলে
ভয় নকৰিবি দেই
দিন ৰাতি চিন নাই
তাকে বুলি খং খাই
কবাত ভূল ভান্তি হলে
দুখ নধৰিবি দেই
SPECIAL THANKS : Daisy Gogoi Mohan, Bharat Saikia, Rajiv Sharma (Studio Fusion), MadhaB Ranjan, Neel Akash, Mrinmoy Mrittik, Bichitra Narayan,
Jibakanta Phukan, Wasim Ayan, Surendra Lohar, ParthA Pratim Gogoi, Bikash Bailung, Junaak Milon, Munna Phukan, Pappu Kailash, Bitupan Asom.



