Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

বিশ্বনাথৰ হোটেল লী পেলেছত অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ গিনিজ বুকত স্হান দখল কৰা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা অভিনন্দন ।

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

বিশ্বনাথ ২৫ জুলাই :

অসমীয়া ভাষাৰ মেৰুদণ্ড স্বৰূপ ‘হেমকোষ’ৰ ব্ৰেইল সংস্কৰণ গিনিজ বুকত স্হান লাভ অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অনন্য মাত্ৰাৰ সংযোগ ঘটোৱা অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক আজি বিশ্বনাথ চাৰিআলিত অভিনন্দন জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত আঁত ধৰে বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰঞ্জন হাজৰিকাই ।

 

বিশ্বনাথৰ হোটেল লি পেলেছত আয়োজিত এই অনুষ্ঠানত সমীৰণ টি ইণ্ডাষ্ট্ৰী ৰ অন্যতম স্বত্বাধিকাৰী ধীৰাজ শৰ্মা, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা বসন্ত বৰা ,ৰতন ভূঞা, অজিত দাস, প্ৰেছ ক্লাৱৰ সভাপতি পুলক হাজৰিকা সম্পাদক আমিৰ খান, জগতাৰ সিং , বিনীত ঝা, ভাস্কৰ দাস, ইকুমণি শইকীয়া, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ হেমন্ত গগৈ ,বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমিৰ হৃদয়নন্দ দাস ,হোটেল লি পেলেছ ৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই, জাপি ,আৰু এটি স্মাৰক ৰে অভিনন্দন জনোৱা হয়। অভিনন্দন। কালি লৈ লখিম পুৰলৈ যোৱাৰ পথত এই অভিনন্দন গ্ৰহণ কৰি ৰাইজে হেমকোষৰ ব্ৰেইল সংস্কৰণ আদৰি লোৱা তথা গ্ৰীণজ বুকত ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে ৰাইজে আগবঢ়োৱা মৰমৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। এনে মৰম চেনেহে ভৱিষ্যতে কাম কৰি যোৱাৰ বাবে আমাক উৎসাহিত কৰিব বুলি মন্তব্য কৰে।

- Advertisement -

Hot this week

সম্পাদকলৈ চিঠি…✒️

সম্পাদকলৈ চিঠি...✒️ মাননীয় সম্পাদক মহোদয়, গৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা...

শিশুৰ ৰোগ আৰু নিৰাময়ৰ উপায়

শিশুৰ জন্ম আৰু লালন-পালন শিশুৰ জন্মৰ ২-৩ ঘণ্টামান পাছৰ পৰাই...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

মণিপুৰৰ চিৰই লিলি উৎসৱৰ সামৰণি

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ উখৰুল জিলাত চলি থকা চিৰই...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds