Thursday, May 29, 2025
26.9 C
Guwahati
TOP NEWS:

পুনৰ ৰাজ্যত মাটি দালাল চক্ৰ সক্ৰিয় :মুখ্যমন্ত্ৰী সকীয়নিলৈ ভয় নকৰে মাটি দালালি চক্ৰই । কুম্ভুকৰ্ণ নিদ্ৰাত অসস আৰক্ষী

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

পুনৰ ৰাজ্যত মাটি দালাল চক্ৰ সক্ৰিয় :মুখ্যমন্ত্ৰী সকীয়নিলৈ ভয় নকৰে মাটি দালালি চক্ৰই ।
কুম্ভুকৰ্ণ নিদ্ৰাত অসস আৰক্ষী ::

 

ডিজিটেল ডেস্ক অসম খবৰ ৫ জুলাই :

কিছু দিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত আয়োজন কৰা ৰাজহৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়া সকলৰ ৰাজ্যিক সন্মিলনত ভাগলৈ মাটিৰ ফাইলৰ কাম অক্টোবৰ মাহৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়া সকলকে এই দৰে কঠোৰ সকিয়নী দিয়াৰ লগতে ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা মাটি দাদালৰাজ বন্ধ নহ’লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দিয়া পিছতেই একেই নিশাই ৰাজ্যত ৪০০ অধিক মাটি দালালিক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰি এক চম দেখুৱাইছিল চৰকাৰৰ খনে।

কিন্তু ইয়াৰ পিছতে কেইদিনমান মাটি দালালি কাম কাজ ৰাজ্যত বন্ধ আহিছিল যদিও পুনৰ ৰাজ্যত মাটি দালালি চক্ৰ সক্ৰিয় হোৱা দেখা গৈছে। জে’ললৈ পৰা মুকলি আকাশ তললৈ আহিয়েই পুনৰ নামি পৰিছে মাটি দাদালি চক্ৰটোৰ দালালৰাজ। বিশেষকৈ শোণিতপুৰ জিলাত দেখা গৈছে মাটি দালালি দপদপনি।

শেহতীয়াকৈ জানিব পৰা মতে শোণিতপুৰ জিলা তেজপুৰ ৰাজহ চক্ৰ কাৰ্যালয় অধিনত মাটি বেচা কিনা নামত বহু দৰিদ্ৰ লোকৰ পৰা মাটি দিয়া নামত চক্ৰটোৱে টকা লোৱা বুলি জানিব পৰা গৈছে। বহু লোকক মাটি দিয়া নামত মাটি দেখুৱাই আগধন হিচাপে টকা লৈ দিন ধৰি দিন মাটি দিয়া নামত এক হাৰাশাস্তি দি অহা তথ্য পোহৰলৈ আহিছে। কিন্তু আন এক সূত্ৰ মতে শীঘ্ৰে তেজপুৰৰ কেইজমান মাটি দাদালি চক্ৰটো আৰক্ষী জালত পৰা সম্ভাৱনা আছে বুলি উল্লেখ কৰে। তাৰ বাবে আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰখা লগতে সেই দালাল চক্ৰটো এখন তালিকা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

- Advertisement -

Hot this week

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি গৌৰৱ গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড

বিশ্বনাথত অনা অসমীয়া ব্যৱসায়ীৰ কু কাণ্ড অসম খবৰ বিশ্বনাথ ২১...

Topics

যশস্বী নৃত্যশিল্পী, নৃত্যাচার্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি ভৱনত ‘পদ্মভূষণ’ সন্মান প্ৰদান

▶️ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত দ্বিতীয় পৰ্যায়ৰ পদ্ম সন্মান প্রদান...

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই

আকাশবাণীৰ লগত জড়িত কেৰিয়াৰ ● ড° বুলজিৎ বুঢ়াগোহাঁই ডাইৰেক্টৰ জেনেৰেল (Director...

লক্ষ্মী চাহ কোম্পানীৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন—

গুৱাহাটী, 27 মে’ 2025 — আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে,...

Press Update:

জেন জীৰ উন্মেষণ জাগৃত কৰি: ছেমছাং ইণ্ডিয়াই  ‘ছ’লভ ফৰ...

Facebook: আজিৰ পৃথিৱীৰ ,জনপ্রিয় এক চচিয়েল নেটৱৰ্কিং সেৱা

ফেচবুক ইনকৰ্পৰেটেড নামৰ ব্যক্তিগত কোম্পানিয়ে  ০৪ ফেব্রুৱাৰী ২০০৪ চনত...

‘ব্লুটুথ’ শব্দটোৰ বিষয়ে থূলমুলকৈ

আজিৰ বিশ্বত ব্লুটুথ(Bluetooth) বোলা শব্দটো চিনি নোপোৱা মানুহৰ সংখ্যা...

Related Articles

Popular Categories

Assam
overcast clouds
26.1 ° C
26.1 °
26.1 °
85 %
1.4kmh
100 %
Wed
26 °
Thu
26 °
Fri
24 °
Sat
30 °
Sun
28 °

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2528

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2534

Warning: Undefined variable $ays_pb_show_scrollbar in /home/jigyasac/asomkhobor.com/wp-content/plugins/ays-popup-box/public/partials/ays-pb-public-templates.php on line 2537

লেখনি বিচৰা হৈছেঃ


Follow the Khobor Media Group channel on WhatsApp: https://whatsapp.com/channel/0029Va7zdb21SWswKyHYlX11

লেখনি বিচৰা হৈছেঃ
অসম খবৰ ডিজিটেল সংবাদ গোষ্ঠীৰ বাৰ্ষিক আলোচনী ‘জনকণ্ঠ’ৰ বাবে সৃষ্টিশীল লেখনি বিচৰা হৈছেঃ
প্ৰতিগৰাকী লেখক/লেখিকাৰ বাবে অনুৰোধঃ

📌 লেখাবোৰ সৃজনীমূলক লেখা, যেনে- স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা, ধাৰাবাহিক উপন্যাস, অনুবাদ সাহিত্য, ভৌতিক গল্প, বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ, ভ্ৰমণ কাহিনী, ক্ৰীড়া বাৰ্তা, নীলাখামৰ চিঠি, কৌতুক, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ, সাংবাদিকতাৰ অভিজ্ঞতা, সংবাদ ক্ষেত্ৰৰ ভৱিষ্যত, বুৰঞ্জীমূলক লেখা, স্বাস্থ্য সজাগতা,
ৰাজনীতিৰ ওপৰত লেখা, সৃষ্টিশীল বাতৰি, ছবি, কাৰ্টুন, ফটোগ্ৰাফী ইত্যাদি সামৰি লোৱা হৈছে।
📌 একেজন লিখকৰ একাধিক সৃষ্টিও ইয়াত প্ৰকাশ পাব। চৰ্ত কেৱল প্ৰকাৰ ভিন্ন হোৱাটো বাঞ্চনীয়।
📌আলোচনীত যিকোনো ধৰণৰ লেখা প্ৰকাশ পাবৰ বাবে আপোনাৰ সৃষ্টিৰাজিক স্পষ্টকৈ মোবাইলত বা কম্পিউটাৰ DTP কৰি  asomkhobor@gmail.com অথবা 8404052898 নম্বৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
ইতি-
অসম খবৰ’ পৰিয়ালৰ হৈ
মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈ
মুখপাত্ৰ সম্পাদক শ্ৰীমন্ত দাস


This will close in 15 seconds