শেহতীয়া আপডেটঃ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বঙাইগাঁৱত পদযাত্ৰা কাৰ্যসূচী

কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু জিলাখনৰ দুগৰাকী বিধায়কো উপস্থিত থাকে।

May be an image of 2 people, temple and textকংগ্ৰেছ সেৱা দলৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত বঙাইগাঁও সদৰ চহৰৰ ৱাৰ্কিং জ’নৰ পৰা বৰপাৰালৈকে এটা পদযাত্ৰা উলিওৱা হয়। May be an image of ‎6 people and ‎text that says "‎Vote Chor Gaddi Chod 'ভোট চোব বন্ধ কৰক, " সেবাতলব পদযাত্রা و গণতন্ত্র বঙ্ষা কৰক' শীর্বক স্থান:বন কান্লকেে বাজছবা খেলপগান, বটতিগিও (অসম) মরোরন, ၃၀၃ဖ জন্যংগ্রেছটি জন জনংগ্রেছ বটি‎"‎‎সেৱা দলৰ এই পদযাত্ৰাত কংগ্ৰেছ দলৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে। May be an image of 7 people and textকাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক, অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্রী মীৰা বৰঠাকুৰ আৰু জিলাখনৰ দুগৰাকী বিধায়কো উপস্থিত থাকে। May be an image of 5 people, crowd and textপদযাত্ৰাৰ শেষত বৰপাৰাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষণ আগবঢ়ায়।May be an image of 9 people and text that says "াচরবন্ধকবক কबক ডাট গণতন্ত্রবঙ্ষাকবক। চোবব্ধ চার ক্ষ আ্ষাকবক कबक বक্ধ গর্ণতন্র ভোট চচাव बक্ধ ককरबक বঙ্ষরা कबक গণতম্ম্ তোোট r6 গরণতপ্ত कबक ডোট ডোটচববন্ধব চোোৰ গণতন্পবক্ষকবক বন্ধ বক্ষাকবক বক্ষা কबক গরণতন"May be an image of 11 peopleMay be an image of 6 people and daisMay be an image of 8 peopleMay be an image of 2 people and crowd

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.