31.3 C
Guwahati
Sunday, February 15, 2026
More

    Trending Now:

    শেহতীয়া আপডেটঃ

    Actress Aimee Baruah  welcome অভিনেত্রী আইনী বৰুৱাক বিপুল আদৰনি

     

    অসম খবৰ মায়ং,৬নৱেম্বৰ :
    জাগীৰোডত জনপ্রিয় অভিনেত্রী আইনী বৰুৱাক বিপুল আদৰনি বিভিন্ন দল সংগঠনৰ।

    ডিমাছা ছুটি ছবি “ছেমখৰ” বাবে আন্তৰাষ্ট্ৰীয় শ্ৰেষ্ঠ পৰিচালিকা আৰু অভিনেত্রীৰ সন্মান বুলিবলৈ সক্ষম হোৱা অসমৰ জনপ্রিয় অভিনেত্রী আইমী বৰুৱাক উষ্ণ আদৰণি জাগীৰোডত। উক্ত অনুষ্ঠানে উপস্থিত থাকে অভিনেতা যতীন বৰা, অভিনেত্রী চেতনা দাস, পৰিচালক ৰাজেশ বৰুৱাৰ লগতে আন বহু গণ্যমান ব্যক্তি। ছবি খনত লৈ যথেষ্ট আশাবাদী অভিনেত্রী গৰাকী।লগতে উক্ত অনুষ্ঠানতে সম্বৰ্দ্ধনা জ্ঞাপন কৰে সৃষ্টি প্ৰকাশনৰ স্বত্বাধিকাৰ তথা কবি,লেখক অজিত ৰায়ক।

    অভিনেত্ৰী আইমী বৰুৱাক কয় যে ভাল অভিনেত্ৰী দৰ্শক সকলে কয় কিন্তু নিজৰ ঘৰৰ পৰিয়ালে ভাল অভিনেত্ৰী বুলি যেতিয়া সম্বন্বনা জনাই তেতিয়া এক বেলেগ অনুভৱ হয়।

    অভিনেত্ৰী চেতনা দাসে কয় যে অসমৰ খ্যাতি একেলগে অভিনেত্ৰী চেতনা দাস,অভিনেতা যতিন বৰা আৰু অভিনেত্ৰী আইমী বৰুৱাক সম্বন্বনা কৰিছে। অভিনেত্ৰী আইমী বৰুৱা সৰু ছোৱালী কম সময়ত বহুত আগুৱাই গৈছে আৰু সুখাতিৰে আগুৱাই যাৱ। আমি সকলোৱে ভাল টো আদৰি লওঁ আৰু অসমৰ ৰাইজেও আদৰি ল’ৱ।লগতে অভিনেতা যতিন বৰায়ে অভিনেত্ৰী আইমী বৰুৱাক লৈ কয় যে চলচিত্ৰ জগতৰ চাৰিখন ছবি আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ ঘোষণা কৰা হৈছে।তাৰ ভিতৰত অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালনা আৰু প্ৰযোজনা ডিমাছা চুটি ছবি ছেমখৰ আছে লগতে ছেমখৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বঁটা বুটলিবলৈ সক্ষম হ’ব বুলি মনোভাৱ প্ৰকাশ কৰে অভিনেতা যতিন বৰায়ে।

    [sonaar_audioplayer albums="latest" order="desc" orderby="date" show_skip_bt="default" show_shuffle_bt="default" show_repeat_bt="default" show_speed_bt="default" show_volume_bt="default" show_miniplayer_note_bt="default" progress_bar_style="default" wave_bar_width="1" wave_bar_gap="1" track_memory="default" player_layout="skin_boxed_tracklist" tracklist_layout="list" hide_track_number="false" show_track_market="true" track_market_inline="true" cta_track_show_label="default" force_cta_dl="default" force_cta_share="default" force_cta_favorite="default" force_cta_singlepost="default" track_artwork_format="thumbnail" show_track_publish_date="default" show_playlist="true"][/sonaar_audioplayer]
    spot_imgspot_imgspot_imgspot_img

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.