সম্পৰ্ক, সম্বন্ধ নে আন্তৰিকতাহীন অভ্যাস! ✒️ দীপামণি হাজৰিকা বৰুৱা

অলপদিনৰ আগতে জুনিয়ৰ কলেজ এখনৰ বছেৰেকীয়া খেলধেমালিত বিচাৰক হিচাপে আমন্ত্ৰণ পাইছিলো। দৰা কইনাৰ প্ৰতিযোগিতা।দৰা, কইনা সকলোৱে নিজৰ নিজৰ প্ৰদৰ্শন কৰাৰ পাছত প্ৰশ্নোত্তৰ শিতান আৰম্ভ হ’ল। […]