
ভাৰতীয় ৰেলৱেত ট্ৰেড ইউনিয়ন স্বীকৃতিৰ নিৰ্বাচন আৰম্ভ ; ৭০ শতাংশতকৈ অধিক ভোট লাভ কৰিব বুলি এফ ৰে’লৱে এম্পলইজ ইউনিয়নৰ দাবী
মালিগাঁও, ২৮ নৱেম্বৰ : ভাৰতীয় ৰে’লৱেত ট্ৰেড ইউনিয়নৰ প্ৰশাসনীয় স্বীকৃতিৰ বাবে আজিৰে পৰা তিনিদিনীয়াকৈ দেশজুৰি নিৰ্বাচন অনুষ্ঠিত হৈছে । এই নিৰ্বাচনত জয়ী হ’বলৈ মুঠ ভোটাৰৰ […]