
প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যাপক সুশীল শর্মা স্মাৰক পুথিভঁৰাল উদ্ধোধন
গুৱাহাটীঃ ৰামধেনু যুগৰ কবি তথা প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক প্রয়াত সুশীল শৰ্মাৰ স্মৃতিত উৎসর্গিত পুথিভঁৰালটি ২১ অক্টোবৰত উদ্ধোধন কৰা হয়। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ […]