
বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সাহিত্যিক ড০ নগেন শইকীয়াৰ সৈতে এখন্তেক
সাক্ষাৎকাৰ গ্ৰহণঃ ৰাজশ্ৰী সেনাপতি গগৈ প্ৰশ্নঃ ছাৰ, সাহিত্যৰ বৈশিষ্ট্যৰ ওপৰত আপোনাৰ মন্তব্য এটি দাঙি ধৰিবনে? উত্তৰঃ সাহিত্যৰ বিভিন্ন ভাগ আছে–কবিতা, আখ্যান বা গল্প, উপন্যাস, নাটক […]