
কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ হাস্য ব্যংগৰ পুথি” ইমাৰজেন্সী লেণ্ডিং” উন্মোচন
গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত আজি অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভা আৰু হাস্য ব্যংগৰ এক অনানুষ্ঠানিক অনুষ্ঠান সম্পন্ন হয়৷ অনুষ্ঠানত ডাঃ শুভ্ৰ কিংকৰ গোস্বামীৰ দ্বাৰা […]