শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা ২০২৩ বৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত […]

কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা

অসম চৰকাৰে কাজি নেমুক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে। ৰাজ্যিক কেবিনেটে কালি কাজি নেমুক ৰাজ্যিক ফল হিচাপে স্বীকৃতি প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছিল যদিও কৃষিমন্ত্ৰী অতুল […]

বিধানসভাত দাখিল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটঃ বাজেটত কি আছে, কি নাই?

■ অসম বিধানসভাত বিত্ত মন্ত্রী অজন্তা নেওগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰে। এইবাৰৰ বাজেটত কন্যা-শিশু আৰু মহিলা সৱলীকৰণ, যুৱক-যুৱতীৰ দক্ষতা বিকাশ আৰু অমৃত কালৰ […]

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত যুৱ ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযোজিতকৰণেৰে কিস্তি আকাৰে লাভ কৰিব ২ লাখ আৰু ৫ লাখ টকা।

পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্য মুকলি

  অক্টোবৰ মাহৰ ভিতৰত মুকলি কৰি দিয়া হ’ব বুলি বনবিষয়া নয়নজ্যোতি দাসে জানিবলৈ দিছিল। ইয়াৰ পাছতে ১৫অক্টোবৰ তাৰিখে পবিতৰা অভয়াৰণ্য শুভাৰাম্ভ কৰে অসম চৰকাৰৰ মন্ত্ৰী […]

গৰুখুটিত উচ্ছেদ অভিযানত মানৱ অধিকাৰ উলংঘন কৰা হৈছে- চিপিএম

■ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে অসমৰ গৰুখুটি ধলপুৰত উচ্ছেদ অভিযান আৰু গুলীচালনাত চৰকাৰৰ ভূমিকা আৰু তদন্তৰ প্ৰতিবেদন বিচাৰিছে। চিপিএমে অভিযোগ কৰিছিল যে, গৰুখুটিত উচ্ছেদ অভিযানত […]

পুনৰ নিৰ্মাণ কৰা পুৰণি গুৱাহাটী জিলা উপায়ুক্ত বাংলো ৰাইজলৈ ঐতিহ্য সমল হিচাপে মুকলি

■ গুৱাহাটীঃ অসমৰ পৰ্যটন খণ্ডৰ বৃদ্ধিৰ লক্ষ্যৰে অহা ৩ অক্টোবৰ দেওবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ পানবজাৰত থকা বহ্নিমান ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ বা পুৰণি জিলা উপযুক্তৰ […]

উন্নত গৱেষণাৰ বাবে পতঞ্জলি আৰু টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি

■ যোৰহাটঃ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান, যোৰহাটে শীঘ্ৰেই ৰাজ্যখনত চাহ উৎপাদনৰ প্ৰসাৰিত কৰাৰ বাবে পতঞ্জলিৰ সৈতে সহযোগিতা কৰিব। শনিবাৰে অনুষ্ঠিত এখন বৈঠকত অসম উদ্যোগ আৰু […]