Tuesday, July 29, 2025
29.8 C
Guwahati
TOP NEWS:

সপ্তম দিনত বিহালী উন্নয়ন খণ্ডৰ ঠিকাভিত কৰ্মচাৰী সকলে
উচুপি উঠিল

- Advertisement -

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী দুচকুত চকুপানি :

সপ্তম দিনত বিহালী উন্নয়ন খণ্ডৰ ঠিকাভিত কৰ্মচাৰী সকলে
উচুপি উঠিল ।

বিহালী উন্নয়ন খণ্ডত সাত দিন ধৰি প্ৰতিবাদ এদল কৰ্মচাৰী

ৰাজ্যৰ মুখ্যমন্ত্রী ড’হিমন্ত বিশ্ব শৰ্মাক কাকুতি-মিনতি এইসকল কৰ্মচাৰী

আজি সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে।

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথৰ বিহালীতো অব্যাহত আছে ঠিকাভিত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত কৰ্মচাৰীৰ প্ৰতিবাদ।

বিশ্বনাথৰ বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত কৰ্মচাৰীসকলেও সপ্তম দিনৰ বাবে পালন কৰিছে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। বিভিন্ন দাবীত বিগত ছয় দিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত আজি শোকত হুক হুকাই কান্দি কান্দি অসমৰ মুখ্যমন্ত্রী গৰাকীক
ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সম কামৰ সম মৰ্যাদা দিয়াৰ দাবী জনাই বিহালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰী সকলে।

Hot this week

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
clear sky
28.4 ° C
28.4 °
28.4 °
83 %
2.5kmh
6 %
Tue
27 °
Wed
33 °
Thu
34 °
Fri
34 °
Sat
32 °