বিশ্বনাথৰ মহজুলিত কভিড১৯ টিকাকৰণ অভিযান
অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ১ ডিচেম্বৰ ঃ
বিশ্বনাথৰ মহজুলি পথাৰত কভিড১৯ টিকাকৰণৰ অভিযান পুৰ্ণ গতিত চলি আছে ৷
১৮ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে বিনামূলীয়া টিকাকৰণৰ অভিযানত বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী লোকে টিকা লয় ৷
সম্প্ৰতি বালিচাং আদৰ্শ চিকিৎসালয়ৰ অধীনস্থ A.N.M মাৰ্থা টপ্ন , V.V.O প্ৰসেন ফাংচু ,ASSTT A.V.V.O জগত বনিয়া , আশা কৰ্মী মিনতী প্ৰজা আৰু অঙ্গনবাদীৰ কৰ্মী মিনতী বেপীৰ এটি দলে বৃহত্তৰ চেলাইখাতি আৰু বালিচাং পঞ্চায়তৰ বিভিন্ন স্থানত ৰাইজক টিকাকৰণৰ লোৱাৰ সজাগতা অনাৰ প্ৰয়াস কৰাৰ লগতে টিকাকৰণৰ সফল ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
Leave a Reply