31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বৰাকৰ কাণ্ডক লৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

    বৰাকৰ কাণ্ডক লৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া :

    কোনোবাই এজনে এনেকুৱা কৰিছে কিন্তু সকলো মানুহে তেনেকুৱা নহয়। বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত কোনো বিভেদ নাই।
    এজনে এনেকুৱা কাণ্ড কৰিছে তাক লৈ চিঞৰ বাসৰ কৰাৰ কোনো কাৰণ নাই ।
    চান্দা সংস্কৃতি বন্ধ কৰি চৰকাৰে কি ভাবিছে মই নেজানো।
    কিন্তু চান্দাৰ নামত বহুতে নকৰা কাম কৰিছে সত্য।
    CAA ক লৈ এতিয়ালৈ কোনো আলোচনা হোৱা নাই।

    পিছত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম।

    নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds