প্ৰখ্যাত সত্ৰীয়া শিল্পী,সত্ৰীয়া সংস্কৃতিৰ ওজা দেবেন বৰাবৰগায়নৰ আজি প্ৰথম মৃত্যু বাষিৰ্কী দিনজোৰা কাৰ্যসূচীৰে কল্যানপুৰ হৰি মন্দিৰত অনুষ্ঠিত হয় ।
প্ৰখ্যাত সত্ৰীয়া ওজা গৰাকীৰ স্মৃতিত যাকু নাহি সম ' নামৰ এখন শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰে কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ সত্যজীত মহন্ত গোস্বামীয়ে ।
অনুষ্ঠানটিত শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থ খনিয়ে সত্ৰীয়া সংস্কৃতিৰ কৰ্ণধাৰ দেবেন বৰাবৰগায়নৰ জীৱন পৰিক্ৰমা নতুন চামৰ মাজত আৰ্দশ হিচাপে জীয়াই থাকিব বুলি মন্তব্য কৰে ।
অনুষ্ঠানত সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত শিয়ালমৰা সত্ৰাধিকাৰ অৰণ কুমাৰ গোস্বামীয়েও ভাষন প্ৰদান কৰে ।আগে পুৱা নাম প্ৰসঙ্গ, উষাকীতন, সবহোৱা নাম, গায়ন -বায়নে অনুষ্ঠান আৰম্ভ হয় ।
অনুষ্ঠানটোত শংকৰী সংস্কৃতিৰ আৰ্দশৰে বদলা সত্ৰৰ শিল্পী সকলে পাৰিজাত হৰণ অংকীয়া নাটক খন প্ৰদৰ্শন কৰে ।
নাট খন পৰিচালনা কৰে উপেন বৰুৱাবৰবায়নে জয়ন্ত কুমাৰ হাজৰিকা
সত্ৰীয়া শিল্পী দেবেন বৰাবৰগায়নৰ প্ৰথম স্মৃতি দিৱস পালন
Roi Roi Binale A Zubeen Garg Musical
Sorry, no results.
Please try another keyword
- Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
- Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
- JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
- FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]




