শেহতীয়া আপডেটঃ

তেজপুৰৰ ১২বছৰীয়া কিশোৰৰ হাতৰ যাদু:

 

তেজপুৰৰ ১২বছৰীয়া কিশোৰৰ হাতৰ যাদু:

দশভূজাৰ মৃন্ময় প্ৰতিমা সাজি কৰিব পূজা

তেজপুৰৰ মধ্যপাৰা নিবাসী তথা চেক্ৰেড হাৰ্ট স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আয়ন কুণ্ডুৰ হাতৰ পৰশত গঢ় লৈ উঠিছে দেৱী দুৰ্গাৰ অনন্য সুন্দৰ প্ৰতিমা৷ ১২বছৰীয়া আয়নে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত প্ৰথম বাৰলৈ দুৰ্গা প্ৰতিমা নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷পুত্ৰৰ এই আগ্ৰহৰ বাবে পিতৃ মাতৃয়ে সহাৰি জনো্ৱাত স্বতঃস্ফূৰ্ত ভাবেই আয়নে গঢ়ি তোলে দেবী দুৰ্গাৰ মৃন্ময় প্ৰতিমা৷এজন সুনিপুন খনিকৰৰ দৰেই দশভূজাৰ লগতে গণেশ,সৰস্বতী,কাৰ্তিক,লক্ষ্মী,সিংহ,ময়ুৰ,ৰাজহংস আদিৰ মৃন্ময় প্ৰতিমা গঢ় দিয়া আয়নে যোৱা ১৫আগষ্টৰ পৰা এইবাৰ প্ৰতিমা নিৰ্মানৰ কাম আৰম্ভ কৰে৷দুদিন পূৰ্বে এই মুৰ্তিত ৰং সনা কাম সমাপ্ত কৰি শনিবাৰে বস্ত্ৰ পৰিধান কৰাই প্ৰতিমাত৷এতিয়া এই প্ৰতিমাৰেই কিশোৰজনে নিজা বাসগৃহতে কৰিব দুৰ্গা পূজা৷উল্লেখযোগ্য যে, অঞ্চলটোৰ কিশোৰ কিশোৰী সকলে মিলি সপ্তমীত মহিষাসুৰমৰ্দিনীৰ প্ৰতিমা বেদীত স্হাপন কৰি আয়নে আৰম্ভ কৰিব দুৰ্গতিনাশিনীৰ শাৰদীয় পূজা৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.