Monday, June 30, 2025
27.3 C
Guwahati
TOP NEWS:

নিমাতী ঘাটৰ নাওঁ দুৰ্ঘটনাত নিখোজ হোৱা লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰা মৃতদেহ বিশ্বনাথ ঘাটত উদ্ধাৰ

- Advertisement -

■ যোৱা ৮ ছেপ্টেম্বত মাজুলীৰ নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ শনিবাৰে পুৱা ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটত উদ্ধাৰ হয়৷

মৃতদেহতো বিশ্বনাথ জিলাৰ বন বিভাগৰ লোকে উদ্ধাৰ কৰে। বন বিভাগে নদীৰ আৰক্ষীক খবৰ দিয়াত নদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিহালী সমষ্টিৰ বিহালী প্ৰাথমিক চিকিৎসালয় মণোৰত্ত পৰীক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

ইফালে বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত ইন্দ্ৰেশ্বৰ বৰা মৃতদেহ মণৰোত্ত পৰীক্ষা কৰি বিশ্বনাথ আৰক্ষীয়ে পৰিয়াল বৰ্গক চমজাই দিয়ে। মণোৰত্ত পৰীক্ষা সময়ত উপস্থিত থাকে লক্ষীমপুৰ পহুমৰাৰ মৃত ইন্দ্ৰেশ্বৰ বৰা পৰিয়াল। পৰিয়াল লোকে ইন্দ্ৰেশ্বৰ বৰা হয় বুলি চিনাক্ত কৰি মৃতদেহ চমজি লয়।

ইফালে সমগ্র ঘটনাতো জানিবলৈ পাই তাৎক্ষণিক ভাৱে উপস্থিত হয় স্থানীয় বিধায়ক ৰঞ্জিত দত্ত। ইন্দ্ৰেশ্বৰ বৰা মৃত্যুত বিধায়ক গৰাকীয়ে শোক প্ৰকাশ কৰিছে।

Hot this week

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Topics

Which field of study leads to high-paying jobs quickly?

Letter to the Editor: Dear Editor,               Since 2005, I have...

শিক্ষানুষ্ঠানসমূহত কোচিং চেণ্টাৰ স্কলাৰশ্বিপ টেষ্ট

সম্পাদকলৈ চিঠি: মাননীয় সম্পাদক মহোদয়,         বর্তমান কিছুমান কোচিং  চেণ্টাৰে  স্কলাৰশ্বিপ...

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত বাতৰি কাকতৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই             আজিৰ যুগত কেৰিয়াৰৰ বিকল্পবোৰ বৃদ্ধি পাইছে,,...

Scholarship Tests by Coaching Centres in Educational Institutions

Letter to the Editor:  Dear Editor,          Some coaching centres conduct...

ASSAM RIFLES TAKES OATH AGAINST DRUGS

Assam Rifles organised an anti-drug oath-taking ceremony on 26...

ডন বস্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ সফলভাৱে সম্পন্ন

শিক্ষাৰ্থীসকলে উদ্যোগ আৰু ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন...

ASSAM RIFLES CONDUCTS MEDICAL CAMP IN MONGBUNG VILLAGE, JIRIBAM DISTRICT ON 26 JUNE 2025

Assam Rifles conducted a successful medical camp in Mongbung...

Related Articles

Popular Categories

Assam
overcast clouds
27.2 ° C
27.2 °
27.2 °
86 %
2.1kmh
100 %
Mon
27 °
Tue
31 °
Wed
28 °
Thu
33 °
Fri
27 °