ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন পালন ৰঙিয়াৰত।
অসম খবৰ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৮ ছেপ্টেম্বৰ ::

ভূপেন দা অনুৰাগী গীৰেন্দ্ৰ ভূঞাৰ ব্যাতিক্ৰমী প্ৰচেষ্টাৰে ৰঙিয়াৰ তৰণীত ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হয়।
পত্নী পবিত্ৰা ভূঞা তথা মণ্ডলপাৰা চুবুৰীবাসী ৰাইজৰ সহযোগত বুধবাৰে দ্বিতীয় বৰ্ষৰ বাবে সুধাকণ্ঠৰ জন্ম দিনটো জাক জমকতাৰে উদযাপন কৰা হয়।
আৰম্ভণিতে বন্তি প্ৰজ্বলনে আৰম্ভ হোৱা অনুষ্ঠানটোত
গছপুলি ৰোপন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Leave a Reply Cancel reply