শেহতীয়া আপডেটঃ

ভিন্ন বৃক্ষ ৰোপণেৰে নলবাৰী বানেকুছি পৰা নো’না নৈ লৈকে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সৌন্দৰ্য্যৰে আকৰ্ষণীয় কৰাৰ লক্ষ্য জয়ন্ত মল্ল বৰুৱাৰ

● সামাজিক বনানিকৰণৰ অধীনত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে গছ পুলি ৰোপণৰ ক্ষেত্ৰত আজি নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুভাৰম্ভনি কৰে নলবাৰী বিধায়ক তথা মুখ্য মন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই।

উল্লেখযোগ্য যে নলবাৰীৰ নোনা নৈৰ পৰা বানেকুচিলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ১০ হাজাৰ মূল্যবান গছপুলি ৰোপণৰে পুৰ্বৰ প্ৰধামন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সপোন বাস্তৱত পৰিণত কৰাৰ পৰিকল্পনাৰে এই প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

গছপুলিবোৰৰ লালন-পালন আৰু তদাৰক কৰিবলৈ প্ৰায় ৪০০জন বৃক্ষমিত্ৰও নিযুক্তি দিয়াৰ লগতে নলবাৰী জিলা খনে প্ৰকৃতিৰ সৌন্দৰ্যৰে আকৰ্ষণ কৰিব বুলি মন্তব্য কৰাৰ লগতে নলবাৰীৰ প্ৰায় ভাগ পথতে গছপুলি ৰোপনৰ কাৰ্য হাতত লৈছে বিধায়ক গৰাকীয়ে।

আজিৰ এই অনুষ্ঠান উপস্থিত থাকে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকসহ জিলা বন বিভাগৰ উচ্চপদস্থ বিষয়াসকল।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.