আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্র মুক্তি সংগ্ৰাম সমিতি : August 13, 2021 অসম খবৰ বাৰ্তা প্ৰকাশক, 🌎 অসমঃ 0 আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্র মুক্তি সংগ্ৰাম সমিতি : অসম খবৰ বিহালী –১৩ আগষ্ট অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুক্ৰবাৰে বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। বিহালী ছাত্র মুক্তি সংগ্ৰাম সমিতি সাধাৰণ সম্পাদক অনিল বনীয়া নেতৃত্বত বিহালী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্য সকলে বিভিন্ন শ্ল’গান লিখি চৰকাৰ খনক কঠোৰ সমালোচনা কৰা লগতে যোগান মন্ত্ৰী পদ ত্যাগৰ দাবী জনাই।
Leave a Reply