- মুকালমুৱাত মূল্য বৃদ্ধি ৰোধৰ দাবীত চি পি আই এম বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ প্ৰতিবাদ
- মুকালমুৱাৰ বৰলিয়াৰপাৰত চি পি আই এমৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত
- মূল্যবৃদ্ধি ৰোধৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ
হাতে হাতে বেনাৰ,প্লেকাৰ্ড লৈ মোদীৰ আচ্ছে দিনত আকাশলংঘী মূল্য বৃদ্ধি কিয় জবাব লাগে জবাব দিয়ক, সাম্প্ৰদায়িক ভিত্তিক সকলো উচ্ছেদ বন্ধ কৰক, কলা কৃষি আইন বাতিল কৰক, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰক, এই শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
যোৱা ডেৰ মাহত প্ৰেট্ৰল, ডিজেলৰ ২৮ বাৰকৈ হোৱা মূল্য বৃদ্ধিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে।
Leave a Reply Cancel reply